News & Notification Detail

Felicitation of Honourable Sangeet Natak Awardee Karuna Borah, Bhoben Borah Borbayon, and Sangeet Natak Academy's Ustad Bismillah Khan Yuva Puraskar Awardee Mukund Saikia Borbayon

Majuli University of Culture Felicitates Honourable Sangeet Natak Awardee Karuna Borah, Bhoben Borah Borbayon, and Sangeet Natak Academy's Ustad Bismillah Khan Yuva Puraskar Awardee Mukund Saikia Borbayon

সন্মানীয় সংগীত নাটক একাডেমি বঁ‌টা লাভ কৰি ৰাজ্যৰ লগতে মাজুলীলৈ গৌৰৱ কঢ়িয়াই অনা কৰুণা বৰা, ভৱেন বৰা বৰবায়নৰ লগতে সংগীত নাটক একাডেমি ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ প্ৰাপ্ত মুকুন্দ শইকীয়া বৰবায়নক মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়